• ×
Inner Page Banner for SWF 2.0 Policies

বিষয়বস্তু পৰিচালনা

এইটো এটা অসম চৰকাৰৰ অধিকাৰিক সাধাৰণ প্ৰশাসন বিভাগৰ ৱেবছাইট, অসম চৰকাৰৰ তথ্যপ্ৰযুক্তি বিভাগে, ডিজাইন, বিকাশ আৰু সেৱা আগবঢ়োৱালৈ এই ছাইটটো বিকাশ কৰা হৈছে। এই ছাইটৰ যোগেদি বিশ্বাসযোগ্য, ব্যাপক, সঠিক তথ্য সাধাৰণ প্ৰশাসন বিভাগৰ বিষয়ে আৰু ইয়াৰ বিভিন্ন দল/ সংস্থাৰ তথ্য প্ৰদানৰ উদ্দেশ্য স্থিৰ কৰা হৈছে। বিভিন্ন স্থানৰ হাইপাৰলিংকবোৰ ভাৰত চৰকাৰৰ আন পৰ্টেল/ ৱেবছাইটত প্ৰদান কৰা হৈছে।

এই ছাইটৰ বিষয়বস্তুবোৰ হল বিভাগীয় বিভিন্ন দল আৰু শাখাৰ সহযোগিতা/ যোগাত্মক প্ৰচেষ্টাৰ ফল। এইটো আমাৰ চেষ্টা যে যাতে নিয়মিতভাৱে বিষয়বস্তু, কভাৰেজ, ডিজাইন আৰু প্ৰযুক্তিৰে ছাইটটোৰ সদায় ব্যপকতা আৰু সমৃদ্ধতা সদায় বৰ্তি থাকে।

 

শ্ৰীমতী তুষী গগৈ

সহকাৰী শ্ৰম আয়ুক্ত, (মুখ্য কাৰ্য্যালয়)

& বিষয়বস্তু পৰিচালনা,

শ্ৰম আয়ুক্তৰ কাৰ্যালয়, অসম

দূৰভাষ: ৯৪৩৫১৪৩৫৭৪

ই-মেইল: labourcommissionerassam@yahoo.com/ labour.commissioner@assam.gov.in

Universal Accessibility Menu