বিপনী আৰু প্ৰতিষ্ঠানসমূহৰ পঞ্জীয়ন

শেহতীয়া উন্নীতকৰণ:

অৱলোকন

অসমৰ বিপনী আৰু ব্যৱসায়িক প্ৰতিষ্ঠান আৰু লগতে ৰাজহুৱা মনোৰঞ্জন বা বিনোদনৰ প্রতিষ্ঠানসমূহলৈও কাম-কাজ আৰু নিয়োগৰ চর্ত নিয়ন্ত্রণ কৰিবলৈ এখন আইন৷

নিয়ম 45- প্ৰতিষ্ঠানৰ পঞ্জীয়ন আৰু পঞ্জীয়নৰ কাৰণে আবেদন।

এই নিয়মবোৰ প্ৰৱৰ্তন কৰাৰ তাৰিখৰ পৰা ত্ৰিশ দিনৰ ভিতৰত, বিদ্যমান কোনো প্ৰতিষ্ঠান আৰু নতুন প্ৰতিষ্ঠানৰ ক্ষেত্ৰত ব্যৱসায় আৰম্ভ হোৱাৰ তাৰিখৰ পৰা ত্ৰিশ দিনৰ ভিতৰত প্ৰতিটো প্ৰতিষ্ঠানৰ নিয়োগকৰ্তাই ই অ ডি বি পৰ্টেলত আইনৰ অধীনত পঞ্জীয়নৰ বাবে আবেদন কৰিব।

 

যোগ্যতাৰ মাপকাঠি:

যিকোনো উদ্যোগী/আবেদনকাৰীৰ অসম বিপনী আৰু প্ৰতিষ্ঠা আইন, 1971-ৰ অধীনত পঞ্জীয়নৰ বাবে প্ৰাসঙ্গিক কৰ্তৃপক্ষৰ দ্বাৰা জাৰী কৰা বাণিজ্য অনুজ্ঞাপত্ৰ আৰু অন্যান্য নথিপত্ৰ থাকিব লাগিব।

 

প্ৰপত্ৰ পূৰণৰ কাৰণে নিয়মাৱলীসমূহ

 

পৰিশোধ মোডৰ সৈতে মাচুল

অনুসূচী –I
(নিয়মসমূহ 45, 49, 50 & 52 চাওঁক)
পঞ্জীয়নৰ প্ৰমাণপত্ৰ, পঞ্জীয়নৰ নৱীকৰণ, পঞ্জীয়নৰ নকল প্ৰমাণপত্ৰ জাৰী আৰু পৰিৱৰ্তনৰ জাননীৰ কাৰণে মাচুলসমূহ।

ক্ৰ. নং

বিপনীবোৰৰ প্ৰকাৰ

পঞ্জীয়নৰ কাৰণে মাচুল

নৱীকৰণৰ কাৰণে মাচুল

ডুপ্লিকেট কপিৰ কাৰণে মাচুল

জাননী সলনিৰ কাৰণে মাচুল

১

স্ব নিয়োজিত ক্ষুদ্ৰ বিপনী (পান ঘুমটি ধৰণৰ)

100

100

50

50

২

কোনো কৰ্মচাৰী নথকা বিপনী

300

300

50

50

৩

1ৰ পৰা 3 জন কৰ্মচাৰী থকা বিপনী

1000

1000

50

50

৪

4-ৰ পৰা 9 জন কৰ্মচাৰী থকা বিপনী

2000

2000

50

50

৫

10 ৰ পৰা 20 জন কৰ্মচাৰী থকা বিপনী

4000

4000

50

50

৬

21ৰ পৰা 50 জন কৰ্মচাৰী থকা বিপনী

10000

10000

50

50

৭

51 বা তাতকৈ অধিক কৰ্মচাৰী থকা বিপনী

20000

20000

50

50

৮

স্বনিয়োজিত অলংকাৰৰ বিপনী

1000

1000

50

50

৯

1ৰ পৰা 3 জন কৰ্মচাৰী থকা অলংকাৰৰ বিপনী

2000

2000

50

50

১০

4ৰ পৰা 9 জন কৰ্মচাৰী থকা অলংকাৰৰ বিপনী

3000

3000

50

50

১১

10 বা তাতকৈ অধিক কৰ্মচাৰী থকা অলংকাৰৰ বিপনী

10000

10000

50

50

১২

স্বনিয়োজিত বিপনী যত মূল্যৱান পাথৰ, মণি- মুক্তাৰ লেন- দেন হয়

1000

1000

50

50

১৩

1 ৰ পৰা 3 জন কৰ্মচাৰীৰ সৈতে স্বনিয়োজিত বিপনী যত মূল্যৱান পাথৰ, মণি- মুক্তাৰ লেন- দেন হয়।

2000

2000

50

50

১৪

4 ৰ পৰা 9 জন কৰ্মচাৰীৰ সৈতে স্বনিয়োজিত বিপনী যত মূল্যৱান পাথৰ, মণি- মুক্তাৰ লেন- দেন হয়।

4000

4000

50

50

১৫

10 ৰ পৰা 20 জন কৰ্মচাৰীৰ সৈতে স্বনিয়োজিত বিপনী যত মূল্যৱান পাথৰ, মণি- মুক্তাৰ লেন- দেন হয়।

10000

10000

50

50

১৬

21 জন বা তাতোধিক কৰ্মচাৰীৰ সৈতে স্বনিয়োজিত বিপনী যত মূল্যৱান পাথৰ, মণি- মুক্তাৰ লেন- দেন হয়।

20000

20000

50

50

           

১

কোনো কৰ্মচাৰী নথকা প্ৰতিষ্ঠান

250

250

50

50

২

1 ৰ পৰা 3 জন কৰ্মচাৰী থকা প্ৰতিষ্ঠান

1000

1000

50

50

৩

4 ৰ পৰা 9 জন কৰ্মচাৰী থকা প্ৰতিষ্ঠান

2500

2500

50

50

৪

10 ৰ পৰা 20 জন কৰ্মচাৰী থকা প্ৰতিষ্ঠান

5000

5000

50

50

৫

21 ৰ পৰা 50 জন কৰ্মচাৰী থকা প্ৰতিষ্ঠান

10000

10000

50

50

৬

51 জন বা তাতোধিক কৰ্মচাৰী থকা প্ৰতিষ্ঠান

20000

20000

50

50

           

১

কোনো কৰ্মচাৰী নথকা প্ৰতিষ্ঠান

250

250

50

50

২

1 ৰ পৰা 3 জন কৰ্মচাৰী থকা প্ৰতিষ্ঠান

1000

1000

50

50

৩

4 ৰ পৰা 9 জন কৰ্মচাৰী থকা প্ৰতিষ্ঠান

2500

2500

50

50

৪

10 ৰ পৰা 19 জন কৰ্মচাৰী থকা প্ৰতিষ্ঠান

5000

5000

50

50

৫

20 জন বা তাতোধিক কৰ্মচাৰী থকা প্ৰতিষ্ঠান

10000

10000

50

50

৬

কোনো কৰ্মচাৰী নথকা প্ৰতিষ্ঠান (হোটেল, ৰেষ্টুৰেণ্ট)

250

250

50

50

৭

কৰ্মচাৰী থকা প্ৰতিষ্ঠান (তিনি তাৰকাযুক্ত হোটেল, ৰেষ্টুৰেণ্ট, ৰিজৰ্ট)

10000

10000

50

50

৮

কৰ্মচাৰী থকা প্ৰতিষ্ঠান (চাৰি তাৰকাযুক্ত হিচাপে শ্ৰেণীভূক্ত কৰা হোটেল, ৰেষ্টুৰেণ্ট, ৰিজৰ্ট)

15000

15000

50

50

৯

10 ৰ পৰা 19 জন কৰ্মচাৰীৰ সৈতে চিনে প্লেক্স

10000

10000

50

50

১০

20 জন বা তাতোধিক কৰ্মচাৰীৰ সৈতে চিনে প্লেক্স

20000

20000

50

50

১১

10 ৰ পৰা 19 জন কৰ্মচাৰীৰ সৈতে মাল্টিপ্লেক্স

20000

20000

50

50

১২

20 জন বা তাতোধিক কৰ্মচাৰীৰ সৈতে মাল্টিপ্লেক্স

25000

25000

50

50

১৩

বিনোদন উদ্যান

25000

25000

50

50

পৰিশোধৰ মোড: ই অ ডি বি পৰ্টেলৰ জৰিয়তে অনলাইন পৰিশোধ

 

সেৱাৰ ফলাফল

অসম বিপনী আৰু প্ৰতিষ্ঠান আইন, 1971 অধীনত প্ৰতিষ্ঠানৰ পঞ্জীয়নৰ প্ৰমাণপত্ৰ আৰু ইয়াৰ অধীনত প্ৰস্তুত কৰা নিয়মবোৰৰ।

Universal Accessibility Menu