অসংগঠিত শ্ৰমিকৰ সামাজিক সুৰক্ষা

শেহতীয়া উন্নীতকৰণ: March 14, 2024

অসংগঠিত শ্ৰমিকসকল কোন:

'অসংগঠিত শ্ৰমিক’ শব্দটো অসংগঠিত শ্ৰমিক’ সামাজিক সুৰক্ষা আইন, ২০০৮ ৰ অধীনত 'অসংগঠিত খণ্ডত এজন গৃহ-আধাৰিত শ্ৰমিক, অসংগঠিত খণ্ডত স্ব-নিয়োজিত শ্ৰমিক বা মজুৰী কৰ্মী হিচাপে সংজ্ঞায়িত কৰা হৈছে আৰু ইয়াত সংগঠিত খণ্ডৰ এজন শ্ৰমিক অন্তৰ্ভুক্ত আছে যি তলত উল্লেখ কৰা ধৰণে অসংগঠিত শ্ৰমিক সামাজিক সুৰক্ষা আইন, 2008-ৰ অনুসূচী II-ত উল্লেখ কৰা কোনো আইনৰ অধীনত সামৰি লোৱা নহয়:-

  • শ্ৰমিকসকলৰ ক্ষতিপূৰণৰ আইন, ১৯২৩
  • ঔদ্যোগিক বিবাদ আইন, ১৯৪৭
  • কৰ্মচাৰীসকলৰ ৰাঝ্য়িক বীমা আইন, ১৯৪৮
  • কৰ্মচাৰীসকলৰ ভৱিষ্য নিধি আৰু বিবধ আইন, ১৯৫২
  • প্ৰসূতি সুবিধা আইন, ১৯৬১
  • পাৰিতোষিক পৰিশোদ আইন, ১৯৭২

 

 

অসংগঠিনক শ্ৰমিকসকলৰ সামাজিক সুৰক্ষা আইনৰ অধীনত কোনে পঞ্জীয়ন কৰিব পাৰে?:

Universal Accessibility Menu