বিপনী আৰু প্ৰতিষ্ঠানসমূহৰ পঞ্জীয়ন
অৱলোকন
অসমৰ বিপনী আৰু ব্যৱসায়িক প্ৰতিষ্ঠান আৰু লগতে ৰাজহুৱা মনোৰঞ্জন বা বিনোদনৰ প্রতিষ্ঠানসমূহলৈও কাম-কাজ আৰু নিয়োগৰ চর্ত নিয়ন্ত্রণ কৰিবলৈ এখন আইন৷
নিয়ম 45- প্ৰতিষ্ঠানৰ পঞ্জীয়ন আৰু পঞ্জীয়নৰ কাৰণে আবেদন।
এই নিয়মবোৰ প্ৰৱৰ্তন কৰাৰ তাৰিখৰ পৰা ত্ৰিশ দিনৰ ভিতৰত, বিদ্যমান কোনো প্ৰতিষ্ঠান আৰু নতুন প্ৰতিষ্ঠানৰ ক্ষেত্ৰত ব্যৱসায় আৰম্ভ হোৱাৰ তাৰিখৰ পৰা ত্ৰিশ দিনৰ ভিতৰত প্ৰতিটো প্ৰতিষ্ঠানৰ নিয়োগকৰ্তাই ই অ ডি বি পৰ্টেলত আইনৰ অধীনত পঞ্জীয়নৰ বাবে আবেদন কৰিব।
যোগ্যতাৰ মাপকাঠি:
যিকোনো উদ্যোগী/আবেদনকাৰীৰ অসম বিপনী আৰু প্ৰতিষ্ঠা আইন, 1971-ৰ অধীনত পঞ্জীয়নৰ বাবে প্ৰাসঙ্গিক কৰ্তৃপক্ষৰ দ্বাৰা জাৰী কৰা বাণিজ্য অনুজ্ঞাপত্ৰ আৰু অন্যান্য নথিপত্ৰ থাকিব লাগিব।
প্ৰপত্ৰ পূৰণৰ কাৰণে নিয়মাৱলীসমূহ
- ইউ বি আই এন সৃষ্টি কৰিবলৈ প্ৰক্ৰিয়া প্ৰৱাহ
- অসম বিপনী আৰু প্ৰতিষ্ঠান আইন 1971ৰ অধীনত ট্ৰেড অনুজ্ঞাপত্ৰৰ কাৰণে আবেদন তথা প্ৰতিষ্ঠানৰ পঞ্জীয়ন
পৰিশোধ মোডৰ সৈতে মাচুল
অনুসূচী –I
(নিয়মসমূহ 45, 49, 50 & 52 চাওঁক)
পঞ্জীয়নৰ প্ৰমাণপত্ৰ, পঞ্জীয়নৰ নৱীকৰণ, পঞ্জীয়নৰ নকল প্ৰমাণপত্ৰ জাৰী আৰু পৰিৱৰ্তনৰ জাননীৰ কাৰণে মাচুলসমূহ।
ক্ৰ. নং |
বিপনীবোৰৰ প্ৰকাৰ |
পঞ্জীয়নৰ কাৰণে মাচুল |
নৱীকৰণৰ কাৰণে মাচুল |
ডুপ্লিকেট কপিৰ কাৰণে মাচুল |
জাননী সলনিৰ কাৰণে মাচুল |
১ |
স্ব নিয়োজিত ক্ষুদ্ৰ বিপনী (পান ঘুমটি ধৰণৰ) |
100 |
100 |
50 |
50 |
২ |
কোনো কৰ্মচাৰী নথকা বিপনী |
300 |
300 |
50 |
50 |
৩ |
1ৰ পৰা 3 জন কৰ্মচাৰী থকা বিপনী |
1000 |
1000 |
50 |
50 |
৪ |
4-ৰ পৰা 9 জন কৰ্মচাৰী থকা বিপনী |
2000 |
2000 |
50 |
50 |
৫ |
10 ৰ পৰা 20 জন কৰ্মচাৰী থকা বিপনী |
4000 |
4000 |
50 |
50 |
৬ |
21ৰ পৰা 50 জন কৰ্মচাৰী থকা বিপনী |
10000 |
10000 |
50 |
50 |
৭ |
51 বা তাতকৈ অধিক কৰ্মচাৰী থকা বিপনী |
20000 |
20000 |
50 |
50 |
৮ |
স্বনিয়োজিত অলংকাৰৰ বিপনী |
1000 |
1000 |
50 |
50 |
৯ |
1ৰ পৰা 3 জন কৰ্মচাৰী থকা অলংকাৰৰ বিপনী |
2000 |
2000 |
50 |
50 |
১০ |
4ৰ পৰা 9 জন কৰ্মচাৰী থকা অলংকাৰৰ বিপনী |
3000 |
3000 |
50 |
50 |
১১ |
10 বা তাতকৈ অধিক কৰ্মচাৰী থকা অলংকাৰৰ বিপনী |
10000 |
10000 |
50 |
50 |
১২ |
স্বনিয়োজিত বিপনী যত মূল্যৱান পাথৰ, মণি- মুক্তাৰ লেন- দেন হয় |
1000 |
1000 |
50 |
50 |
১৩ |
1 ৰ পৰা 3 জন কৰ্মচাৰীৰ সৈতে স্বনিয়োজিত বিপনী যত মূল্যৱান পাথৰ, মণি- মুক্তাৰ লেন- দেন হয়। |
2000 |
2000 |
50 |
50 |
১৪ |
4 ৰ পৰা 9 জন কৰ্মচাৰীৰ সৈতে স্বনিয়োজিত বিপনী যত মূল্যৱান পাথৰ, মণি- মুক্তাৰ লেন- দেন হয়। |
4000 |
4000 |
50 |
50 |
১৫ |
10 ৰ পৰা 20 জন কৰ্মচাৰীৰ সৈতে স্বনিয়োজিত বিপনী যত মূল্যৱান পাথৰ, মণি- মুক্তাৰ লেন- দেন হয়। |
10000 |
10000 |
50 |
50 |
১৬ |
21 জন বা তাতোধিক কৰ্মচাৰীৰ সৈতে স্বনিয়োজিত বিপনী যত মূল্যৱান পাথৰ, মণি- মুক্তাৰ লেন- দেন হয়। |
20000 |
20000 |
50 |
50 |
১ |
কোনো কৰ্মচাৰী নথকা প্ৰতিষ্ঠান |
250 |
250 |
50 |
50 |
২ |
1 ৰ পৰা 3 জন কৰ্মচাৰী থকা প্ৰতিষ্ঠান |
1000 |
1000 |
50 |
50 |
৩ |
4 ৰ পৰা 9 জন কৰ্মচাৰী থকা প্ৰতিষ্ঠান |
2500 |
2500 |
50 |
50 |
৪ |
10 ৰ পৰা 20 জন কৰ্মচাৰী থকা প্ৰতিষ্ঠান |
5000 |
5000 |
50 |
50 |
৫ |
21 ৰ পৰা 50 জন কৰ্মচাৰী থকা প্ৰতিষ্ঠান |
10000 |
10000 |
50 |
50 |
৬ |
51 জন বা তাতোধিক কৰ্মচাৰী থকা প্ৰতিষ্ঠান |
20000 |
20000 |
50 |
50 |
১ |
কোনো কৰ্মচাৰী নথকা প্ৰতিষ্ঠান |
250 |
250 |
50 |
50 |
২ |
1 ৰ পৰা 3 জন কৰ্মচাৰী থকা প্ৰতিষ্ঠান |
1000 |
1000 |
50 |
50 |
৩ |
4 ৰ পৰা 9 জন কৰ্মচাৰী থকা প্ৰতিষ্ঠান |
2500 |
2500 |
50 |
50 |
৪ |
10 ৰ পৰা 19 জন কৰ্মচাৰী থকা প্ৰতিষ্ঠান |
5000 |
5000 |
50 |
50 |
৫ |
20 জন বা তাতোধিক কৰ্মচাৰী থকা প্ৰতিষ্ঠান |
10000 |
10000 |
50 |
50 |
৬ |
কোনো কৰ্মচাৰী নথকা প্ৰতিষ্ঠান (হোটেল, ৰেষ্টুৰেণ্ট) |
250 |
250 |
50 |
50 |
৭ |
কৰ্মচাৰী থকা প্ৰতিষ্ঠান (তিনি তাৰকাযুক্ত হোটেল, ৰেষ্টুৰেণ্ট, ৰিজৰ্ট) |
10000 |
10000 |
50 |
50 |
৮ |
কৰ্মচাৰী থকা প্ৰতিষ্ঠান (চাৰি তাৰকাযুক্ত হিচাপে শ্ৰেণীভূক্ত কৰা হোটেল, ৰেষ্টুৰেণ্ট, ৰিজৰ্ট) |
15000 |
15000 |
50 |
50 |
৯ |
10 ৰ পৰা 19 জন কৰ্মচাৰীৰ সৈতে চিনে প্লেক্স |
10000 |
10000 |
50 |
50 |
১০ |
20 জন বা তাতোধিক কৰ্মচাৰীৰ সৈতে চিনে প্লেক্স |
20000 |
20000 |
50 |
50 |
১১ |
10 ৰ পৰা 19 জন কৰ্মচাৰীৰ সৈতে মাল্টিপ্লেক্স |
20000 |
20000 |
50 |
50 |
১২ |
20 জন বা তাতোধিক কৰ্মচাৰীৰ সৈতে মাল্টিপ্লেক্স |
25000 |
25000 |
50 |
50 |
১৩ |
বিনোদন উদ্যান |
25000 |
25000 |
50 |
50 |
পৰিশোধৰ মোড: ই অ ডি বি পৰ্টেলৰ জৰিয়তে অনলাইন পৰিশোধ
সেৱাৰ ফলাফল
অসম বিপনী আৰু প্ৰতিষ্ঠান আইন, 1971 অধীনত প্ৰতিষ্ঠানৰ পঞ্জীয়নৰ প্ৰমাণপত্ৰ আৰু ইয়াৰ অধীনত প্ৰস্তুত কৰা নিয়মবোৰৰ।