ত্ৰৈমাসিক বিবৃতি

শেহতীয়া উন্নীতকৰণ:
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম অসম ত্ৰৈমাসিক ৩০.০৬.২০১৭
কল্যাণ বো'ৰ্ডৰ নাম অসম ভৱন আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ।
বো'ৰ্ডৰ অধ্যক্ষ (নাম/ঠিকনা/টেলিফোন নম্বৰ) শ্ৰী পল্লৱ লোচন দাস, মাননীয় মন্ত্ৰী, শ্ৰম কল্যাণ, অসম আৰু অসম ভৱন আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ অধ্যক্ষ
বোৰ্ডৰ সচিব (নাম/ঠিকনা/ টেলিফোন নম্বৰ) শ্ৰী তপন চন্দ্ৰ শৰ্মা, ভা প্ৰ সে, শ্ৰম আয়ুক্ত, অসম, গোপীনাথ নগৰ, গুৱাহাটী-16
(মোবাইল নম্বৰ 9435087812)

ভাগ A

ৰূপায়নকাৰী ব্যৱস্থা স্থাপনৰ স্থিতি
ক্ৰ. নং. বিৱৰণী তাৰিখ
১ আইনৰ অধীনত নিয়মবোৰ অধিসূচিত কৰাৰ তাৰিখ ২৩.০৮.২০০৭
২ কল্যাণ বোৰ্ড গঠন হোৱা তাৰিখ ১২.০২.২০০৮
৩ যি তাৰিখত ৰূপায়ণকাৰী/উপকৰ সংগ্ৰহ কৰ্তৃপক্ষক জাননী দিয়া হৈছে ১২.০২.২০০৮
৪ ৰাজ্যিক পৰামৰ্শদাতা সমিতি গঠনৰ তাৰিখ। ১২.০২.২০০৮

PART C

IMPLEMENTATION OF HEALTH & SAFETY PROVISION
ক্ৰ. নং. বিৱৰণী ত্ৰৈমাসিকৰ কাৰণে পুঞ্জীকৃত
১ পৰিদৰ্শন পৰিচালনা কৰা সংখ্যা 412 8470
২ প্ৰতিবেদিত দুৰ্ঘটনাৰ সংখ্যা শূন্য শূন্য
৩ লাভ কৰা সুৰক্ষা ব্যৱস্থা উলংঘনৰ ঘটনা শূন্য শূন্য
৪ যিবোৰ গোচৰত অভিযুক্তি আৰম্ভ কৰা হৈছিল তাৰ সংখ্যা শূন্য শূন্য
৫ অন্য কোনো প্ৰসংগিক তথ্য শূন্য শূন্য
Universal Accessibility Menu